চাকৰি

পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ত পদখালী

Sentinel Digital Desk

পদৰ নামঃ Skilled/Junior Lab./Field Helper (Graduate)।

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ পঞ্জাৱ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১-০৮-২০২০।

দৰমহাঃ মাহিলী ৮,৭৭৭টকা।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে www.pau.edu চাওক।