চাকৰি

আৰ জি বৰুৱা মহাবিদ্যালয় নিযুক্তি ২০২০

Sentinel Digital Desk

আৰ জি বৰুৱা মহাবিদ্যালয় নিযুক্তি ২০২০

আৰ জি বৰুৱা মহাবিদ্যালয় কতৃপক্ষই সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম- সহকাৰী অধ্যাপক (বাংলা)

পদৰ সংখ্যা- ০১

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ'ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ'ব লাগিব।

অভিজ্ঞতা- নাই

দৰমহা - ৩৭,৪০০ ৰ‌ পৰা ৬৭,০০০

বাচনি প্ৰক্ৰিয়া- প্ৰাৰ্থী সকলক মহাবিদ্যালয় কতৃপক্ষই তেওঁলোকৰ সাক্ষাৎকাৰৰ ভিত্তিত নিৰ্বাচন কৰিব ।

আবেদন প্ৰক্ৰিয়া- প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত R.G.Baruah College, payable at Guwahati must reach the office of the to the “Principal, R.G.Baruah College Guwahati-781024” পঠিয়াব লাগিব।

অন্তিম তাৰিখ- ২৩/০৩/২০২০

সৱিশেষ জানিবলৈ: Click Here

অন্য খবৰৰ বাবে পঢ়ক: ৱ’মেনচ কলেজ, নিযুক্তি ২০২০