চাকৰি

ৰাষ্ট্ৰীয় ৰসায়ন-সাৰ লিমিটেড (RCFL) ত পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৬০টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ২৫ বছৰ।

নিযুক্তিৰ স্থানঃ মুম্বাই।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬-০৮-২০২০।

আবেদনৰ নিয়মঃ অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে অহা ১৬ আগষ্টলৈকে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ https://www.rcfltd.com/hrrecruitment/recruitment-1 চাওক।