চাকৰি

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ স্নাতক শিক্ষক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৫৬টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।

বয়সৰ সীমাঃ ২০২০ৰ ১ জানুৱাৰীত প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে এছ চি-এছ টি আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদনৰ মাচুল দুশ টকা জমা দিব লাগিব। এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০০টকা। এই মাচুল ডিমাণ্ড ড্ৰাফটযোগে আৰ এম এছ এৰ মিছন সঞ্চালকলৈ গুৱাহাটীত ভঙাব পৰাকৈ প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

কাৰ্যালয়ৰ ঠিকনাঃ Mission Director, Rashtriya Madhyamik Siksha Abhijan (RMSA), Assam SSA, Campus, Kahilipara, Guwahati, Assam, PIN-781019।