চাকৰি

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, মেঘালয়ত নিযুক্তি ২০২০

Sentinel Digital Desk

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, মেঘালয়ত নিযুক্তি ২০২০

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া,মেঘালয়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : পাৰ্ট টাইম বেংকচ মেডিকেল কনচালন্টেট

পদৰ সংখ্যা: ০১

কৰ্ম স্হান : শ্বিলং

আবেদনৰ শেষ তাৰিখ: ২৪/০২/২০২০

ঠিকনা: Reserve Bank of India, ‘Apphira’ Building, Fruit Garden, Shillong-Jowai Road, P.O. Laitumkhrah, Shillong-793003

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ জেনেৰেল মেনেজাৰ & O-i-C, RBI, ‘Apphira’ Building, Fruit Garden, Shillong Jowai Road, P.O. Laitumkhrah, Shillong-793003 ঠিকনাত ২৪/০২/২০২০তাৰিখৰ আগতে on পঠিয়াব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here