নৰ্থ ইৰ্ষ্টাণ ইনচটিউট অৱ ফ'ক মেডিচিন (NEIFM) ত নিযুক্তি ২০২০

নৰ্থ ইৰ্ষ্টাণ ইনচটিউট অৱ ফ'ক মেডিচিন (NEIFM) ত নিযুক্তি ২০২০

নৰ্থ ইৰ্ষ্টাণ ইনচটিউট অৱ ফ'ক মেডিচিন (NEIFM) ত নিযুক্তি ২০২০

নৰ্থ ইৰ্ষ্টাণ ইনচটিউট অৱ ফ'ক মেডিচিন (NEIFM)ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম: এচিচটেন্ট

পদৰ সংখ্যা: ০১

নিৰ্বাচিত হবলৈ যোগ্যতা: ডিপোটেচন অফিচাৰচৰ কেন্দ্রীয় আৰু ৰাজ্যিক স্বায়িত শাসিত পৰিষদৰ এনালঅ'গ পোষ্টৰ পে-বেন্ড-১ ৰ সৈতে গ্ৰেড পে ২৪০০/- টকাৰ ৬ বছৰীয়া ডিগ্ৰী থাকিব লাগিব।

প্ৰত্যক্ষ নিযুক্তিৰ বাবে:

১/ স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্রী

২/ ৬ বছৰীয়া কেন্দ্রীয় চৰকাৰ/ ৰাজ্য চৰকাৰ/ স্বায়িত্ব শাসিত পৰিষদত ইউ ডি চি (UDC)ৰ অভিজ্ঞতা ।

৩/ কম্পিউটাৰ জ্ঞান

৪/ এডমিনিস্ট্রেচন, ভিজিলেনচ, একাউন্স/ বাজেটত অভিজ্ঞতা।

দৰমহা : ৯,৩০০-৩৪,৮০০+ গ্ৰেড পে- ৪,২০০ (PB-2)

বয়স সীমা: ৩০ বছৰ (এচ টি /এচ চি/ অবিচি প্ৰাৰ্থীৰ বাবে ৰেহাই)

পদৰ নাম : একাউন্টেট

পদৰ সংখ্যা: ০১

নিৰ্বাচিত হবলৈ যোগ্যতা:

প্ৰত্যক্ষ নিযুক্তিৰ বাবে-

১/ বাণিজ্য শাখা ত স্নাতক

২/ এম.এচ ৱৰ্ড, পাৱাৰ পইন্ট আৰু চফটৱেৰ কাম লগতে এডমিনিস্ট্রেচন / চেক্ৰেটেৰিয়েল কামৰ জ্ঞান।

**চৰকাৰী / স্বায়িত্ব শাসিত পৰিষদত লৱাৰ ডিভিজন ক্লাৰ্ক ৰ ৫ বছৰীয়া অভিজ্ঞতা।

**স্বায়িত্ব শাসিত পৰিষদত কৰ্মৰত লগতে ডিগ্রী/ডিপ্লোমা ফাইনেন্সিয়েল মেনেজমেন্ট ত হব লাগিব।

দৰমহা: Pay Matrix Level 4 as per 7th CPC.

বয়স সীমা: ৩০ বছৰ (এচ টি /এচ চি/ অবিচি প্ৰাৰ্থীৰ বাবে ৰেহাই)

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশৰ ৪৫ দিনৰ ভিতৰত Director, North Eastern Institute of Folk medicine, Government of India, Ministry of AYUSH, OPP. APST Bus Station, PO-Pasighat, Distt.- East Siang, Arunachal Pradesh-791102 ঠিকনাত নিজৰ আবেদনসমূহ পঠিয়াব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Link 1 / Link 2

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com