চাকৰি

কম্পিউটৰ নিযুক্তিৰ বাবে আৰক্ষী বাছনি সমিতিৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ দুটা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

গ্ৰেড পে ৬,২০০টকা আৰু অন্যান্য ভাট্টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৯-২০২০।

আবেদনৰ মাচুলঃ কোনো ধৰণৰ আবেদন মাচুল নালাগে।

কাৰ্যালয়ৰ ঠিকনাঃ Chairman State Level Police Recruitment Board, Assam Rehabari, Guwahati-781008।