Begin typing your search above and press return to search.

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেডত এপ্ৰেণ্টিচ নিয়োগ

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেড(গেছ ক্ৰেকাৰ)-এ এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ।

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেডত এপ্ৰেণ্টিচ নিয়োগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2020 12:01 PM GMT

পদৰ নামঃ গ্ৰেজুৱেট/টেকনিচিয়ান এপ্ৰেণ্টিচ।

মুঠ খালী পদৰ সংখ্যাঃ ৭৬টা।

টেকনিচিয়ান এপ্ৰেণ্টিচ (মেকানিকেল ইঞ্জিনীয়াৰিং)

খালী পদৰ সংখ্যাঃ ০৫টা।

টেকনিচিয়ান এপ্ৰেণ্টিচ(কেমিকেল ইঞ্জিনীয়াৰিং)

খালী পদৰ সংখ্যাঃ ০৬টা।

টেকনিকেল এপ্ৰেণ্টিচ(বৈদ্যুতিক ইঞ্জিনীয়াৰিং)

খালী পদৰ সংখ্যাঃ ০৬টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে NATS-ৰ portal-www.mhrdnats.gov.in-ৰ পৰা আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ অ' এন জি চিত ঠিকাভিত্তিক চিকিত্সা বিষয়া নিযুক্তি

Next Story
চাকৰি