পদৰ নামঃ সম্প্ৰসাৰণ বিষয়া।
খালী পদৰ সংখ্যাঃ ৮৭টা। দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।
বয়সৰ সীমাঃ ২০২০ৰ এক জানুৱাৰীত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।
প্ৰাৰ্থীৰ জন্ম ২০০২ৰ ১ জানুৱাৰীত বা তাৰ পূৰ্বে আৰু ১৯৮২ৰ ১ জানুৱাৰী বা তাৰ পাছত হ'ব লাগিব।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৯-২০২০।
কাৰ্যালয়ৰ ঠিকনাঃ Address: Chairman State Level Police Recruitment Board, Assam Rehabari, Guwahati-781008।
আৰু পঢ়িব পাৰেঃ অইল ইণ্ডিয়া লিমিটেডত অপাৰেটৰৰ পদখালী