চাকৰি

সমাজ কল্যাণ বিভাগত পোষণ অভিযানৰ অধীনত নিযুক্তি

ৰাজ্যিক সমাজ কল্যাণ বিভাগে পোষণ অভিযান, অসমৰ অধীনত নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে

Sentinel Digital Desk

পদৰ নামঃ জিলা প্ৰকল্প সহাকাৰী

খালী পদৰ সংখ্যাঃ ০৩টা।

দৰমহাঃ মাহিলী ১৮হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ বঙাইগাঁও, ধুবুৰী আৰু যোৰহাট।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

এই পদসমূহত নিযুক্তি সম্পূৰ্ণৰূপে ঠিকাভিত্তিক হ'ব।