পদৰ নামঃ খণ্ড প্ৰকল্প সহায়ক(ঠিকাভিত্তিক)
নিযুক্তিৰ স্থানঃ বঙাইগাঁও, ধুবুৰী, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, বাগসা, দৰং, ওদালগুৰি, বিশ্বনাথ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।
প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকাভুক্ত প্ৰাৰ্থীক ই-মেইলযোগে জনোৱা হব। এই ই-মেইলত সাক্ষাতকাৰৰ স্থান আদিৰ বিষয়ে প্ৰাৰ্থীক অৱগত কৰা হব।
আৰু চাব পাৰেঃ গাণনিক সহায়ক নিযুক্তিৰ বাবে ছেবাৰ আবেদন আহ্বান