চাকৰি

গুৱাহাটীত ভাৰতীয় মছলা ব'ৰ্ডৰ কনছালটেণ্ট নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১০টা।

দৰমহাঃ মাহিলী ৪০,০০০টকাৰ পৰা ৬০,০০০টকা।

বয়সৰ সীমাঃ ২০২০ৰ ১ মে'ত ৪৫ বছৰতকৈ কম হব লাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৮-২০২০।

ঠিকনাঃ Secretary, Spices Board, Kochi -682025।

আবেদনৰ নিয়মঃ: আবেদন hrdatp.sb-ker@gov.in এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব।