চাকৰি

ষ্টেট বেংক অৱ ইণ্ডিয়াত নিযুক্তি ২০২০

Sentinel Digital Desk

ষ্টেট বেংক অৱ ইণ্ডিয়াত নিযুক্তি ২০২০

ষ্টেট বেংক অৱ ইণ্ডিয়া,ত এল এল বি (LLB) সম্পূর্ণ কৰা প্ৰাৰ্থী সকলৰ বাবে স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰচ খালি পদৰ পূৰণ ৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থী সকলে ১২/০২/২০২০ তাৰিখৰ আগত আবেদনসমূহ জমা দিব লাগিব।

পদৰ নাম : স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰচ

পদৰ সংখ্যা: ৪৫

দৰমহা: ৩১,৭০৫/- ৰ পৰা ৪৫,৯৫০/- টকা প্ৰতি মাহ।

কৰ্ম স্থান: ভাৰতবৰ্ষ

নিৰ্বাচন প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

আবেদনৰ শেষ তাৰিখ: ১২/০২/২০২০

আবেদনৰ মাচুল: ৭৫০/-টকা (General, EWS and OBC),SC/ ST/ PWD/ Ex-Servicemen প্ৰাৰ্থীৰ বাবে আবেদনৰ মাচুল ৰেহাই।

কেনেদৰে আবেদন কৰিব: আবেদনকাৰী সকলে এচ.বি.আই ৱেবচাইট https://bank.sbi/careers অথবা https://www.sbi.co.in/careers ত ৰেজিস্টাৰ কৰি আবেদনৰ মাচুলসমূহ ক্ৰেডিট কাৰ্ড/ ডেবিট কাৰ্ড/ নেট বেংকিক ৰ যোগেদি জমা কৰাব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here