ছিক্কিম বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

ছিক্কিম বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

ছিক্কিম বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

ছিক্কিম বিশ্ববিদ্যালয়ত জুনিয়ৰ প্ৰজেক্ট ফেলঅ' পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: জুনিয়ৰ প্ৰজেক্ট ফেলঅ'

পদৰ সংখ্যা: ০১

দৰমহা: ১৬,০০০/- টকা

কৰ্ম স্থান: গেংটক

ৱাক্-ইন-ইন্টাৰভিউ: ০৭/০২/২০২০

ঠিকনা : Department of Horticulture, Sikkim University, 6th Mile, Tadong, Gangtok.

নিৰ্বাচন প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

** কোনো TA/DA দিয়া নহব।

কেনেদৰে আবেদন কৰিব: উপযুক্ত যোগ্যতা আৰু অভিজ্ঞতা থকা প্ৰাৰ্থী সকলে ৱাক্-ইন-ইন্টাৰভিউৰ বাবে ০৭/০২/২০২০ ত ৰাতিপুৱা ১১ বজাত Department of Horticulture, Sikkim University, 6th Mile, Tadong, Gangtok উপস্থিত হব লাগিব।.

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com