মেঘালয় হাই কোর্ট ত নিযুক্তি ২০২০

মেঘালয় হাই কোর্ট ত নিযুক্তি ২০২০

মেঘালয় হাই কোর্ট ত নিযুক্তি ২০২০

মেঘালয় হাই কোর্টে এল এল বি (LLB) সম্পূর্ণ কৰা প্ৰাৰ্থী সকলৰ বাবে জিলা ন্যায়ধীশৰ খালি পদৰ পূৰণ ৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: জিলা ন্যায়ধীশ

পদৰ সংখ্যা:০৪

দৰমহা : ৫১,৫৫০-৬৩,০৭০/- প্ৰতি মাহ

কৰ্ম স্থান: শ্বিলং

আবেদনৰ শেষ তাৰিখ : ১৯/০২/২০২০

মাচুল: ১০০০/- টকা জেনেৰেল প্ৰাৰ্থী ৰ বাবে

৭০০/- টকা এচ.টি /এচ.চি

সাক্ষাৎকাৰ TA/DA প্ৰদান কৰা নহব।

ঠিকনা: High Court of Meghalaya, Shillong – 793001, Meghalaya

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com