Begin typing your search above and press return to search.
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, মেঘালয়ত নিযুক্তি ২০২০

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, মেঘালয়ত নিযুক্তি ২০২০
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া,মেঘালয়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : পাৰ্ট টাইম বেংকচ মেডিকেল কনচালন্টেট
পদৰ সংখ্যা: ০১
কৰ্ম স্হান : শ্বিলং
আবেদনৰ শেষ তাৰিখ: ২৪/০২/২০২০
ঠিকনা: Reserve Bank of India, ‘Apphira’ Building, Fruit Garden, Shillong-Jowai Road, P.O. Laitumkhrah, Shillong-793003
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ জেনেৰেল মেনেজাৰ & O-i-C, RBI, ‘Apphira’ Building, Fruit Garden, Shillong Jowai Road, P.O. Laitumkhrah, Shillong-793003 ঠিকনাত ২৪/০২/২০২০তাৰিখৰ আগতে on পঠিয়াব লাগিব।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : নৰ্থ ইৰ্ষ্টাণ ইনচটিউট অৱ ফ’ক মেডিচিন (NEIFM) ত নিযুক্তি ২০২০
Next Story