চাকৰি

ভাৰতীয় তীখা প্ৰাধিকৰণ (SAIL)ত বিশেষজ্ঞৰ পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৭টা।

বয়সৰ সীমাঃ ৩০-০৭-২০২০ত সৰ্বোচ্চ ৬৯বছৰ।

দৰমহাঃ ১,২০,০০০টকা।

নিযুক্তিৰ স্থানঃ ৰুৰকেল্লা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৮-২০২০।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ কেৱল অনলাইনত সাক্ষাতকাৰ অনুষ্ঠিত হব।

আবেদনৰ নিয়মঃ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে শিক্ষাগত, বয়স আদিৰ প্ৰমাণপত্ৰৰ কপিৰ সৈতে আবেদন পত্ৰ recruitment.rsp@sail.in

লৈ প্ৰেৰণ কৰিব লাগিব। আবেদন ৩ আগষ্টৰ পৰা প্ৰেৰণ কৰিব পাৰিব।

সবিশেষ জানিবলৈ  https://www.sailcareers.com/media/uploads/FULL_ADVT_CONTRACTUAL_DOCTOR.pdf চাওক।