চাকৰি

নাৰ্ছ নিযুক্তিৰ বাবে টাটা মেমোৰিয়েল হাস্পতালৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৫০টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৪০ বছৰ।

নিযুক্তিৰ স্থানঃ মুম্বাই।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

দৰমহাঃ দুবছৰৰ কৰ্ম অভিজ্ঞতা থকা জি এন এম নাৰ্ছৰ মাহিলী মুঠ দৰমহা ৩২ হেজাৰ টকা। বি এছ চি(নাৰ্ছিং)-ৰ মুঠ মাহিলী দৰমহা ৩৪ হেজাৰ টকা। অন্যান্যসকলৰ ৩২ হেজাৰ টকা।

প্ৰাৰ্থী বাছনিঃ অনলাইন সাক্ষাতকাৰ।

নিযুক্তিৰ নিয়মঃ মুম্বাই- নবী মুম্বাইৰ আগ্ৰহী প্ৰাৰ্থীয়ে Nursing Office, 10th Floor, Annexe Buidling , Tata Memorial Hospital , Dr. E. Borges Marg, Parel Mumbai – 400 012-ত সাক্ষাতকাৰত অৱতীৰ্ণ হব পাৰে।