চাকৰি

তেজপুৰ বিশ্ববিদ্যালয় নিয়োগ ২০১৯

Sentinel Digital Desk

তেজপুৰ বিশ্ববিদ্যালয় নিয়োগ ২০১৯

পদৰ নাম : প্ৰজেক্ট এছিছটেণ্ট

অৰ্হতা : বিজ্ঞানত স্নাতকোত্তৰ

পদ খালী: ০১ টা পদ

দৰমহা : ২২,০০০ টকা প্ৰতি মাহে।

অৰ্হতা :২ ৰ পৰা ৫ বছৰ

চাকৰিৰ স্থান : তেজপুৰ

পৰীক্ষাৰ দিন ২/১২/২০১৯

বাছনি প্ৰক্ৰিয়া :লিখিত পৰীক্ষা/ সাক্ষাকাৰ

ঠিকনা : ডঃ নিৰ্মালি গগৈ,মুখ্য তদন্তকাৰী বিষয়া,পৰিবেশ বিজ্ঞান বিভাগ,তেজপুৰ বিশ্ববিদ্যালয় ,তেজপুৰ ৭৮৪০২৮ ,অসম

আবেদনৰ বাবে: ২/১২/২০১৯ত অনুষ্ঠিত হবলগীয়া সাৎ সাৎক্ষাকাৰত ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিবলৈ প্ৰকৃত আৰু নিজা চহী সম্বলিত মাৰ্কস্বীট,দশম শ্ৰেণীসহিত অন্যান্য চৰ্টিফিকেট ,জাতিগত প্ৰমানপত্ৰ ,অৰ্হতাৰ প্ৰমানপত্ৰ আনিব লাগিব।

আবেদনকাৰীসকলে ই মেইল কৰিব পাৰে ,,,nirmali@tezu.ernet.in

প্ৰাৰ্থীসকলৰ কোনো খৰছ বহন কৰা নহব।চাকৰি কৰি থকাসকলে আৰু গৱেষণা কৰি থকাসকলে ন অবজেকচন প্ৰমানপত্র দিব লাগিব।

ভিডিঅ প্ৰতক্ষ্য কৰক: Eviction Drive at Railway Gandhi colony in Lumding by Railway Department