চাকৰি

তেজপুৰ বিশ্ববিদ্যালয়ত আই পি আৰ আসনৰ অধ্যাপক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ১ লাখ টকা ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৯.০৭.২০২০ ।

আবেদন মাচুলঃ ১,০০০টকা (অ-প্ৰত্যাৰ্পিত)। অৱশ্যে এছ চি, এছ টি আৰু শাৰীৰিকবাবে অক্ষম প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

সবিশেষ জানিবলৈ http://www.tezu.ernet.in/Admin/Advt_No_07_2020_IPR-Merged.pdf চাব পাৰে।