চাকৰি

তেজপুৰ বিশ্ববিদ্যালয় নিযুক্তি ২০২১ - গৱেষণা সহযোগীৰ পদ খালী

Sentinel Digital Desk

পদৰ নাম- গৱেষণা সহযোগী

খালী পদ-১ টা ।

অৱস্থান-তেজপুৰ, অসম ।

দৰমহা- ৪৭,০০০/- টকা পি.এম.+৮% এইচ.আৰ.এ.

আবেদনৰ অন্তিম তাৰিখ-২৮/০৯/২০২১

বয়স- ৪০ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনৰ সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী স্তৰত কমেও ৫৫% নম্বৰ থাকিব লাগিব (অনুসূচীত জাতি/জনজাতি/পিডব্লিউডি প্ৰাৰ্থীৰ বাবে ৫০%) আৰু পৰিৱেশ বিজ্ঞান আৰু ফলিত জৈৱবিজ্ঞানত পিএইচডি কৰিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে তেওঁলোকৰ ৰিজিউম (পিডিএফ ফাইল) প্ৰেৰণ কৰিব পাৰে, পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ, পৰিশিষ্ট-১ (পিডিএফ ফাইল) লগতে মাৰ্কশ্বীটৰ স্ব-প্ৰমাণিত ফটোকপি, দশম শ্ৰেণীৰ পৰা প্ৰমাণপত্ৰ, প্ৰশংসাপত্ৰ, জাতিপ্ৰমাণপত্ৰ (যদি প্ৰযোজ্য হয়), অভিজ্ঞতা প্ৰমাণপত্ৰ (যদি থাকে), নেট/গেটৰ প্ৰমাণপত্ৰ আৰু প্ৰকাশনৰ প্ৰতিলিপি (যদি থাকে) ২৭ ছেপ্টেম্বৰ ২০২১ তাৰিখে বা তাৰ আগতে tuenv.dst.coe@gmail.com ইমেইলযোগে প্ৰেৰণ কৰিব পাৰিব ।