অসম ৰাইফলচ, B আৰু C দলৰ, পদখালী

অসম ৰাইফলচ, B আৰু C দলৰ, পদখালী

অসম ৰাইফলচত, কাৰিকৰী আৰু ব্যৱসায়ীৰ, খালী পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক সকলৰ আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
Published on

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : কাৰিকৰী আৰু ব্যৱসায়ী

খালী পদৰ সংখ্যা : ১২৩০

দৰমহা : অসম ৰাইফলচৰ নিয়মাৱলী অনুসৰি

নিযুক্তিৰ স্থান : অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩৫/১০/২০২১

পদৰ ধৰণ : স্থায়ী

B আৰু C দলৰ বাবে শাৰীৰিক দক্ষতা পৰীক্ষা :

শাৰীৰিক প্ৰামাণিক পৰীক্ষা (PST)/ শাৰীৰিক দক্ষতা পৰীক্ষা (PET)/ লিখিত পৰীক্ষা আনুমানিকভাৱে অহা ১ ডিচেম্বৰ ২০২১ তাৰিখৰ পৰা উত্তৰ - পূৱৰ বাছনি কৰা অৱস্থান সমূহত অনুষ্ঠিত কৰা হ'ব।

আবেদন প্ৰক্ৰিয়া :

• এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহে অনলাইন যোগে নিজৰ আবেদন দাখিল কৰিব লাগিব।

এই আবেদন দাখিল কৰিবলৈ "অনলাইন এপ্লিকেচন" বিকল্প ক্লিক কৰি, পৰ্টেলত উল্লেখিত নিয়মাৱলী অনুকৰণ কৰিব লাগিব।

• আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ লৈকে অনলাইন এপ্লিকেচনৰ পৰ্টেলটো সক্ৰিয় হৈ থাকিব।

• অসম ৰাইফলচৰ অফিচিয়েল ৱেবচাইট www.assamrifles.gov.in যোগে আবেদনকাৰীয়ে নিজৰ আবেদন দাখিল কৰিব লাগিব।

• এই অনলাইন পৰ্টেল ১১ছেপ্টেম্বৰ ২০২১ তাৰিখৰ পৰা সক্ৰিয় কৰা হৈছে।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com