চাকৰি

ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ পৰিষদৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০৩টা।

বয়সৰ সীমাঃ ২০ৰ পৰা ২৭ বছৰ।

দৰমহাঃ ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদৰ গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা। কম্পিউটাৰ পৰীক্ষা।

আবেদনৰ নিয়মঃ www.ncte.gov.in চাওক। কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব।