চাকৰি

গৱেষণা কৰ্মী নিয়োগৰ বাবে বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ আবেদন আহ্বান

Sentinel Digital Desk

পদৰ নামঃ প্ৰকল্প সহযোগী।

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৪৫ বছৰ।

দৰমহাঃ ৩৬ হেজাৰ টকাৰ লগতে ঘৰভাড়া।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৮-২০২০।