চাকৰি

টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সত সহকাৰী অধ্যাপক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ তিনিটা।

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৮-২০২০।

আবেদনৰ মাচুলঃ অনলাইনৰ জৰিয়তে ১০০০টকা মাচুল জমা দিব লাগিব। অৱশ্যে এছ চি-এছ টি আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ২৫০ টকা মাচুল আদায় দিলেই হ'ব । এবাৰ আদায় দিয়া মাচুল কোনো পৰিস্থিতিতে ঘূৰাই দিয়া নহ'ব।