চাকৰি

ইউনিক আইডেন্টিফিকেচন  অথৰিটি অৱ ইণ্ডিয়া, (UIDAI) গভৰ্ণমেন্ট অৱ ইণ্ডিয়া ত নিযুক্তি ২০২০

Sentinel Digital Desk

ইউনিক আইডেন্টিফিকেচন অথৰিটি অৱ ইণ্ডিয়া, (UIDAI) গভৰ্ণমেন্ট অৱ ইণ্ডিয়া ত নিযুক্তি ২০২০

ইউনিক আইডেন্টিফিকেচন অথৰিটি অৱ ইণ্ডিয়া, (UIDAI)ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : প্ৰাইভেট চেক্ৰেটেৰি

পদৰ সংখ্যা: ০১

অৰ্হতা: স্নাতক

দৰমহা: ৯,৩০০ /- টকা ৰ পৰা ৩৪,৮০০/- টকা প্ৰতি মাহ।

অভিজ্ঞতা: ২ৰ পৰা ৫ বছৰ

বয়স সীমা: সৰ্বাধিক ৫৬ বছৰ

কৰ্ম স্থান: গুৱাহাটী

আবেদনৰ শেষ তাৰিখ: ২৮/০২/২০২০

বাচনি প্ৰক্ৰিয়া: Deputation Basis

কেনেদৰে আবেদন কৰিব:

১/আবেদনকাৰীসকলে To Assistant Director-general, Unique Identification Authority Of India (Uidai), Regional Office, Ist Floor Block-v, Housefed Complex, Beltola-basistha Road, Po, Assam Sachibalaya Dispur, Guwahati- 781006ঠিকনাত পঠিয়াব লাগিব।

২/ প্ৰাৰ্থীসকলে আবেদনসমূহ The Prescribed Format (Annexure-i), লগত সম্পূৰ্ণ নথিপত্ৰসমূহৰ লগত পাৰা ৩ আৰু ৪ ৰ To The Assistant Director General (Administration), Unique Identification Authority Of India (Uidai), Ist Floor, Block — V, Housefed Complex, Beltola-basistha Road, Dispur, Guwahati — 781 006 (Assam). ঠিকনাত পঠিয়াব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here