চাকৰি

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সশস্ত্ৰ বাহিনীত নিযুক্তি পৰীক্ষা

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২০৯টা ৷

বয়সৰ সীমাঃ ১ আগষ্ট, ২০২০ত ন্যূনতম ২০হ'ব লাগিব আৰু ২৫বছৰতকৈ অধিক হ'ব নালাগিব ৷

চাকৰিৰ স্থানঃ সমগ্ৰ ভাৰতত ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৯-২০২০৷

আবেদনৰ মাচুলঃ ২২০টকা ৷ সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে৷