চাকৰি

ইউ পি এছ চিৰ কনিষ্ঠ বৈজ্ঞানিক বিষয়া নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১৪টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩০ বছৰ।

দৰমহাঃ সপ্তম দৰমহা আয়োগৰ অষ্টম পৰ্যায় অনুসৰি।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৮-২০২০।

আবেদনৰ নিয়মঃ অহা ২৮ আগষ্টৰ ভিতৰত http://www.upsconline.nic.inত আবেদন জনাব লাগিব।