চাকৰি

গৱেষণা বিষয়া নিযুক্তিৰ বাবে ইউ পি এছ চিৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫বছৰ।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।

আবেদনৰ মাচুলঃ ক্ৰেডিট অথবা ডেবিট কাৰ্ডৰ জৰিয়তে অথবা এছ বি আইৰ শাখাত ২৫ টকা জমা দিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থী আৰু মহিলা প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

প্ৰাথী বাছনিঃ চূড়ান্ত বাছনিভুক্ত প্ৰাৰ্থীক সাক্ষাতকাৰলৈ মতা হব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০ৰ ২৩.৫৯ বজা।

সবিশেষ জানিবলৈ https://upsc.gov.in/whats-new/06%20-%202020চাওক।