চাকৰি

ইউ.পি.এছ.চি. নিযুক্তি ২০২১ সমগ্ৰ ভাৰতত - ০৩ টা সহকাৰী অভিযন্তা পদ খালী

Sentinel Digital Desk

পদৰ নাম- সহকাৰী অভিযন্তা/সহকাৰী জৰীপকৰ্তা অৱ ৱৰ্কচ/ইঞ্জিনিয়াৰিং এচিষ্টেণ্ট (চিভিল) ।

খালী পদ-৩ টা ।

বয়স-৩০ বছৰ ।

আবেদনৰ অন্তিম তাৰিখ- ৩০/০৯/২০২১ ।

দৰমহা-মেট্ৰিক্স স্তৰ – ৭

শিক্ষাগত অৰ্হতা/যোগ্যতা-কোনো স্বীকৃত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা অসামৰিক অভিযান্ত্ৰিকত ডিগ্ৰী। ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনৰ বিবেচনাত অৰ্হতা শিথিল কৰিব পাৰি, লিখিতভাৱে লিপিবদ্ধ কৰিব লগা কাৰণৰ বাবে ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ৩০ ছেপ্টেম্বৰ ২০২১ তাৰিখে বা তাৰ আগতে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব। প্ৰাৰ্থীসকলে সকলো নথিপত্ৰ/প্ৰমাণপত্ৰৰ স্কেন কৰা প্ৰতিলিপি আপলোড কৰিব লাগিব আৰু আৱেদন প্ৰপত্ৰ পূৰণ কৰাৰ সময়ত অনলাইন মোডৰ জৰিয়তে ২৫/- টকা মাচুল পৰিশোধ কৰিব লাগিব ।

বাছনি প্ৰক্ৰিয়া-সাক্ষাৎকাৰ ।