চাকৰি

পশ্চিম অসম গাখীৰ উত্পাদক সমবায় সংঘ লিমিটেডত পদ খালী

Sentinel Digital Desk

পশ্চিম অসম গাখীৰ উত্পাদক সমবায় সংঘ লিমিটেড (WAMUL)-এ  গাঁওভিত্তিক গাখীৰ সংগ্ৰহ ব্যৱস্থাৰ বাবে কাৰ্যবাহী (Procurement & Input) নিযুক্তি দিবলৈ লৈছে। আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আগ্ৰহী প্ৰাৰ্ছীসকলে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাব। 

পশ্চিম অসম গাখীৰ উত্পাদক সমবায় সংঘ লিমিটেড (WAMUL)-এ  সহকাৰী-১ (দুগ্ধ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত বয়স, শিক্ষাগত অৰ্হতা, দৰমহা আদিৰ বিষয়ে পাব। 

চাকৰিৰ বিৱৰণ

প্ৰয়োজনীয়তাৰ বিৱৰণ

পদৰ নাম

সহকাৰী-১ (দুগ্ধ)

খালী পদ

১ টা

বয়স

১ জানুৱাৰী, ২০২১ত ৩০ বছৰতকৈ অদিক হব নালাগিব। 

দৰমহা

মাহিলী ২ লাখ টকা ( পি এফ আৰু অন্যান্যক ধৰি)। 

স্থান

গুৱাহাটী, অসম। 

আবেদনৰ অন্তিম তাৰিখ

০৮ নৱেম্বৰ, ২০২১। 

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়। 



শিক্ষাগত অৰ্হতাঃ ন্যূনতম বৈদ্যুতিক ট্ৰেড/ইলেক্ট্ৰনিক মেকানিক/ইনষ্ট্ৰুমেণ্টেচনৰ ন্যূনতম আই টি আই উত্তীৰ্ণ । ন্যূনতম ২-৩ বছৰৰ কৰ্ম-অবিজ্ঞতা থাকিব লাগিব ( দুগ্ধ বা খাদ্য উদ্যোগত অভিজ্ঞসকলে অগ্ৰাধিকাৰ পাব। সংশ্লিষ্ট ক্ষেত্ৰত অভিজ্ঞতা থকা নতুন সকলেও আবেদন জনাব পাৰিব। 

প্ৰাৰ্থীসকলে ৱামুলৰ ৱেবছাইট WAMUL https://www.purabi.org/hiring-page.php-ৰ পৰা আবেদনপত্ৰ ডাউনলোড কৰিব পাৰিব। শিক্ষাগত অৰ্হতা, বয়স, আদিৰ প্ৰমাণপত্ৰৰ স্ব-প্ৰত্যায়িত প্ৰতিলিপিসহ আবেদন পত্ৰ Head-HR, The West Assam Milk Producers' Cooperative Union Limited, Purabi Dairy, Panjabari, Guwahati-781037- লৈ প্ৰেৰণ কৰিব পাৰিব। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।