চাকৰি

পশ্চিমবংগত দুহেজাৰ বন সহায়ক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২০০০টা।

নিযুক্তিৰ স্থানঃ পশ্চিমবংগ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৮-২০২০।

বয়সৰ সীমাঃ ২০২০ৰ ১ জানুৱাৰীত ১৮ৰ পৰা ৪০ বছৰ। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

দৰমহাঃ ১ লাখ ৭৭ হেজাৰ টকাৰ পৰা ১ লাখ এহেজাৰ টকা।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ মূল্যায়ন তথা সাক্ষাতকাৰ, ব্যক্তিত্ব পৰীক্ষা।

আবেদনৰ নিয়মঃ অনুমোদিত প্ৰপত্ৰত অহা ৬ আগষ্টৰ ভিতৰত আবেদন জনাব লাগিব।

সবিশেষ জানিবলৈ http://www.westbengalforest.gov.in/notice/n30-07-2020-01.pdfচাওক।