খেলৰ পৃথিৱী

ছিনিয়ৰ আন্তঃ জিলা ফুটবল চেম্পিয়নশ্বিপত ফাইনেলত গুৱাহাটী

ছেমি ফাইনেলত গুৱাহাটীৰ হৈ গ’ল দিয়ে নিকোদিন নাৰ্জাৰী, দিগন্ত বৰদলৈ আৰু কুশল ছেত্ৰীয়ে। খিতাপৰ সংঘৰ্ষত বুধবাৰে দলটোৱে মুখামুখি হ’ব কাৰ্বি আংলঙৰ

Sentinel Digital Desk

গুৱাহাটীঃ আজি ছালবাৰীত অনুষ্ঠিত ছেমি ফাইনেলত উদালগুৰিক ৩-২ গ'লত পৰাস্ত কৰি ছিনিয়ৰ ইন্টাৰ ডিষ্ট্ৰিক্ট ফুটবল চেম্পিয়নশ্বিপত ফাইনেলত প্ৰৱেশ কৰে গুৱাহাটীয়ে। ছেমি ফাইনেলত গুৱাহাটীৰ হৈ গ'ল দিয়ে নিকোদিন নাৰ্জাৰী, দিগন্ত বৰদলৈ আৰু কুশল ছেত্ৰীয়ে। খিতাপৰ সংঘৰ্ষত বুধবাৰে দলটোৱে মুখামুখি হ'ব কাৰ্বি আংলঙৰ।