ব্ৰেকিং নিউজ

১৫ মেত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

Sentinel Digital Desk

১৫ মেত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল । এছ এম এছ আৰু ছেৱাৰ বিভাগীয় ৱেবচাইটত পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ফলাফল সমুহ। বিদ্যালয় সমুহৰ পৰাও সংগ্ৰহ কৰিব পাৰিব ফলাফল সমূহ।

পুৱা ৯ বজাত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ৰ ফলাফল সমুহ। এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৩,৫৪,১৪৩ গৰাকী পৰীক্ষাৰ্থী। আজি ছেবায়ে ঘোষণা কৰে এই কথা ।

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ