ব্ৰেকিং নিউজ

ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী : ১০ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ ২০২০

Sentinel Digital Desk

ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী : ১০ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ ২০২০

মঙ্গলবাৰে ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী।

পৰীক্ষাৰ দিন ঘোষণা কৰা অনুসৰি আগন্তক ১০ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰী(২০২০) তাৰিখৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হব।

১০ ফেব্ৰুৱাৰীত আগবেলা অনুষ্ঠিত হব ইংৰাজী পৰীক্ষা।

উল্লেখযোগ্য যে ২০১৯ বর্ষত ৮৫৭ টা পৰীক্ষা কেন্দ্ৰত ৩.৫৭ লাখ ছাত্র ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল।