ব্ৰেকিং নিউজ

আকৰ্ষণীয় পৰ্য্যায়ত মধ্যপ্ৰদেশ বিধান সভা নিৰ্বাচন

Sentinel Digital Desk

মধ্যপ্ৰদেশ বিধান সভা নিৰ্বাচনৰ আকৰ্ষণীয় পৰ্য্যায়ত। এবাৰ বিজেপিৰ পক্ষে তুলাচনী, এবাৰ কংগ্ৰেছৰ পক্ষে তুলাচনী। বৰ্তমানলৈ সামগ্ৰিক ফলাফল এনেধৰণৰ-

বিজেপি=১০৯ খন, কংগ্ৰেছ=১১১ খন, অন্যান্য=১০ খন আসনত অগ্ৰগতি লাভ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ