ব্ৰেকিং নিউজ

উচ্চ ন্যায়ালয়ৰ সন্মুখত প্ৰতিবাদ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ

Sentinel Digital Desk

উচ্চ ন্যায়ালয়ৰ সন্মুখত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে দেওবাৰে নলবাৰীত হোৱা প্ৰতিবাদত আছু কৰ্মীক নিৰ্মম প্ৰহাৰ কৰাক লৈ আছুৰ তীব্ৰ প্ৰতিবাদ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰি আছুৰ ক্ষোভ প্ৰকাশ। গণতান্ত্ৰিক প্ৰতিবাদত বিজেপিৰ চৰম গুণ্ডাগিৰিত আছুৰ সকিয়নী।

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ