ব্ৰেকিং নিউজ

কামৰূপ মেট্ৰ জিলাৰ(সোণাৰাম ফিল্ড ৰ ভোটগণনা)প্ৰথমটো আনুষ্ঠানিক ঘোষণা

Sentinel Digital Desk

১৯ নং সোণাপুৰ জিলা পৰিষদৰ, ৫৯ নং হহঁৰা গাঁও পঞ্চায়তৰ ২নং বেজেনী ৱাৰ্ডৰ গাঁও পঞ্চায়তৰ সদস্য পদত বিজয়ী হয় বিজেপি প্ৰাৰ্থী বিলাশ ৰাভা। মুঠ ২৪৫ টা ভোটৰ ভিতৰত বিলাশ ৰাভাই লাভ কৰে ১৫১ টা ভোট।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ