ব্ৰেকিং নিউজ

কৰ্ণাটকত সংঘটিত ভয়াবহ বাছ দুৰ্ঘটনা, এতিয়ালৈ ২৫ লোক নিহত

Sentinel Digital Desk

কৰ্ণাটকত সংঘটিত ভয়াবহ বাছ দুৰ্ঘটনা, এতিয়ালৈ ২৫ লোক নিহত হৈছে আৰু বহু সংখ্যক লোক আহত। দ্ৰুত গতিত চলি আছে উদ্ধাৰ অভিযান।