ব্ৰেকিং নিউজ

নলবাৰী ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

Sentinel Digital Desk

নলবাৰী ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। একাংশ এজেণ্টক প্ৰবেশ কৰিবলৈ নিদিয়াৰ অভিযোগত এই পৰিস্থিতি। নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰিস্থিতি।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ