ব্ৰেকিং নিউজ

মিজোৰাম বিধানসভা নিৰ্বাচন-২০১৮ ৰ ফলাফল

Sentinel Digital Desk

মিজোৰাম বিধানসভা নিৰ্বাচন-২০১৮ ৰ ফলাফল

কংগ্ৰেছ = ১০ খন

বিজেপি =০১ খন

MNF =২৫ খন

ZPM = ০৪ খন

অন্যান্য = ০

MNF য়ে ২৪ খন আসনত আগবাঢ়ি আছে ৷ আৰু কংগ্ৰেছ ৮ খন আসনত আগবাঢ়ি আছে ৷

জোৰামথাংগা আগবাঢ়ি আছে প্ৰথম পৰ্যায়ত ১৬০০ ভোটত আগবাঢ়ি আছে

এই পৰ্যন্ত ছত্তীছগড়ৰ নিৰ্বাচনৰ ফলাফল

বিজেপি=২৩

INC =৫৪

BJP =২৬

BSP =০৯

অন্যান্য =০

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ