ব্ৰেকিং নিউজ

মিজোৰামত এম এন এফৰ চৰকাৰ গঠনৰ দিশে

Sentinel Digital Desk

মিজোৰাম ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ ৱেব ছাইতত উপলব্ধ তথ্য অনুসাৰে ভোট গণনাৰ সামগ্ৰিক স্থিতি তলত দিয়া ধৰণৰ-

মুঠ আসন= ৪০(৩৮)

কংগ্ৰেছ= ০(জয়), ৬(অগ্ৰগতি)

এম এন এফ= ১২(জয়), ১০ (অগ্ৰগতি)

বিজেপি=০(জয়), ১(অগ্ৰগতি)

অন্যান্য=৫ (জয়), ৪ (অগ্ৰগতি)

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ