ব্ৰেকিং নিউজ

মিজোৰামত এম এন এফৰ জয়জয়কাৰ

Sentinel Digital Desk

মিজোৰাম বিধানসভা নিৰ্বাচনৰ শেহতীয়া খবৰ। জয়ী হল এম এন এফৰ প্ৰাৰ্থী লালজিৰ লিয়ালা। কংগ্ৰেছ এৰি এম এন এফত যোগ দিছিল লালজিৰ লিয়ানাই।প্ৰাক্তন গৃহমন্ত্ৰী আছিল লালজিৰ লিয়ানা। মিজোৰামৰ মুখ্যমন্ত্ৰী লালথানহাওলা পৰাস্ত হয় এম এন এফ প্ৰাৰ্থী লালনুনলুংগাৰ হাতত।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ