ব্ৰেকিং নিউজ

যমুনামুখত এআইইউডিএফৰ বিপৰ্যয়

Sentinel Digital Desk

যমুনামুখত এআইইউডিএফৰ বিপৰ্যয় ঘটিছে। বদৰুদ্দিন আজমলৰ দুৰ্গত কংগ্ৰছৰ মোক্ষম আঘাট।যমুনামুখৰ আটাইকেইখন জিলাপৰিষদতে কংগ্ৰেছৰ জয়। বদৰুদ্দিন আজমলৰ সমষ্টিত আটাইকেইখনতে এআইইউডিএফ ৰ পৰাজয়।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ