ব্ৰেকিং নিউজ

যোৰহাটত অন্তিম হাঁহি বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ

Sentinel Digital Desk

যোৰহাটৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৫৩৫২৩৭ ভোটেৰে জয়ৰ দিশেৰে আগবাঢ়িছে ৷ অন্যহাতে কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁঞিয়ে লাভ কৰিছে ৪৫২৭৬২ ভোট ৷সম্প্ৰতি সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৮২,০০০ ভোটৰ ব্যৱধানত জয় লাভ কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ