ব্ৰেকিং নিউজ

লুইতৰ বুকুত পুনৰ অঘটন

Sentinel Digital Desk

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলা দুখনকৈ জাহাজ নৈৰ মাজৰ বালিত লাগি আবদ্ধ হৈ পৰিছে।ৰজাদুৱাৰ আৰু মধ্যম খণ্ডৰ জাহাজ দুখন নদীৰ বুকুত আবদ্ধ হোৱাৰ পিছত যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে। এখন জাহাজ ঘন কুৱলীৰ বাবে বাট ভুল কৰি উভতি ঘাটলৈ যোৱাৰ সময়তে নদীৰ বুকুৰ বালিত আবদ্ধ হৈ পৰে।এইদৰেই চলিছে ভয়ংকৰ নাওঁ দুৰ্ঘটনাৰ পাছত ৰাজ্যৰ জল পৰিবহন ব্যৱস্থা।