ব্ৰেকিং নিউজ

শক্তিকান্ত দাস নতুন ৰিজাৰ্ভ বেংকৰ গবৰ্ণৰ নিযুক্ত

Sentinel Digital Desk

উৰ্জিত পেটেলৰ পদত্যাগৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গবৰ্ণৰ হিচাপে নিযুক্ত লাভ কৰিছে শক্তিকান্ত দাসে।চৰকাৰে মংগলবাৰে শক্তিকান্ত দাসক তিনি বছৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গবৰ্ণৰ হিচাপে নিযুক্তি প্ৰদান কৰে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ