ব্ৰেকিং নিউজ

ৰাতিপুৱাৰ খহনীয়াৰ পিছত ৰাজস্থানত সামান্য উন্নত বিজেপিৰ অৱস্থা

Sentinel Digital Desk

ৰাতিপুৱাৰ খহনীয়াৰ পিছত ৰাজস্থানত সামান্য উন্নত বিজেপিৰ অৱস্থা। ভাৰতীয় নিৰ্বাচন আয়ুক্তৰ ৱেব ছাইটত প্ৰকাশ পোৱা সেহতীয়া তথ্য অনুসৰি- কংগ্ৰেছে ৯৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে ১ খন আসনত জয়লাভ কৰাৰ লগতে ৭৬ খন আসনত অগ্ৰগতি লাভ কৰি আছে। অন্যান্য দল সমূহে ২৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

অধিক খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ