মনোৰঞ্জন

'থগ অৱ হিন্দুস্তান' ছবি খনৰ তাৰকা সকল কিহত ব্যস্ত,চাওক তলৰ ভিডিঅ'টি

Sentinel Digital Desk

দিপাৱলী সময়ত মুক্তি পাবলগীয়া ছবি 'থগ অৱ হিন্দুস্তান' ছবি খন মুক্তিৰ বাবে অধীৰ আগ্ৰহৰে বাট চায় আছে অমিতাভ বচ্চন,আমিৰ খান,কেটৰিনা আদি তাৰকা সকলৰ অনুৰাগী সকলে । প্ৰতি দিনে ছবি খনৰ লগত জড়িত শ্বুট্যিংৰ ভিন্ন ভিডিঅ',ফটো,পোষ্টাৰ আদিবোৰ চ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে । এইবাৰো ব্যতিক্ৰমী ৰূপত ছবি খনৰ 'এক্সন' থকা দৃশ্যৰ বাবে কঠোৰ প্ৰশিক্ষন গ্ৰহন কৰাত ব্যস্ত অভিনেতা অমিতাভ বচ্চন,আমিৰ খান আৰু ফাতিমা চানা শ্বেইখে।প্ৰশিক্ষন লৈ থকা সময়ৰ ভিডিঅ' এইবাৰ চ'চিয়েল মিডিয়াত প্ৰকাশ কৰা হ'ল। ভিডিঅ' তলত………

https://www.youtube.com/watch?v=LnYtuge8RXs

মুকলি আকাশত ভৰিৰে মৰা আদিৰ দৰে দৃশ্যৰ প্ৰশিক্ষন লৈছে তাৰক কেইগৰাকীয়ে ।