মনোৰঞ্জন

ফটো; চলমান খান আৰু বৰুন ধাৱনৰ কেন্দিত ফটো 'ভাৰত' ছবিৰ শ্বুট্যিং স্থলীৰ পৰা

Sentinel Digital Desk

ভাৰত ছবিৰ প্ৰযোজক অতুল অগ্নিহোত্ৰিয়ে টুইটাৰ যোগেদি প্ৰকাশ কৰিছে 'ভাৰত' ছবিৰ শ্বুট্যিংস্থলীৰ আবু ধাৱীৰ পৰা চলমান আৰু বৰুনৰ এখন কেন্দিত ফটো ।

চলমানৰ পৰবৰ্ত্তী ছবি 'ভাৰত'ৰ শ্বুট্যিং আবু ধাৱীত চলি আছে ।নিৰ্দেশক আলী আব্বাজৰ ছবি খনত কেটৰিনা কাঈফ,টাবু,জেকো চৰ্ফ,দিশা পাটানি,সুনিল গৰ্ভৰ আৰু নৰা ফাতেহিয়ে ।

টুইটাৰ যোগেদি প্ৰকাশ কৰা ফটো খন তলত প্ৰকাশ কৰা হৈছে,,,,

https://twitter.com/atulreellife/status/1049560510902009856?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1049560510902009856&ref_url=https%3A%2F%2Fwww.pinkvilla.com%2Fentertainment%2Fphotos%2Fphoto-salman-khans-latest-muse-varun-dhawan-sets-bharat-428349

ছবি খনৰ প্ৰযোজক অতুল অগ্নিহোত্ৰিয়ে এখন কোৰিয়ান ছবি 'ওডে টু মাই ফাডাৰ'(২০১৪) আদৰ্শ লৈ 'ভাৰত' ছবি খন নিৰ্মান কৰিছে ।

ছবি খনৰ টিচাৰটিও তলত প্ৰকাশ কৰা হ'ল ।

২০১৯চনৰ পবিত্ৰ ঈদৰ দিনা ছবি খন মুক্তি পাব ।

https://www.youtube.com/watch?v=EMMA58snV5I